Site icon Guwahati Times

মহানগৰীৰ সমীপৰ ৰাণীত ভয়ংকৰ পথ দুৰ্ঘটনা..

মহানগৰীৰ পাশ্বৱৰ্তী ৰাণীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰাণীগেটৰ বিএছ এফ চাউনিৰ সন্মুখৰ পথেদি তীব্ৰবেগত আহি থকা ট্ৰাকে এখনে মহতিয়াই নিয়ে দুই বাইক আৰোহীক।

দুৰ্ঘটনাটোত থিতাতে নিহত এগৰাকী মহিলা। আনহাতে আহত আনজন ব্যক্তিক জিএম চি এইছলৈ লৈ প্ৰেৰণ কৰা হয় ৷

জানিব পৰা মতে গুৰুত্বৰভাৱে আহত ব্যক্তিজনৰ অৱস্থা সংকটজনক ৷

Exit mobile version