Site icon Guwahati Times

ৰঙিয়াত ৯০ কেজি গাঞ্জা জব্দ

🔴ৰঙিয়াত ৯০ কেজি গাঞ্জা জব্দ
🔴হুণ্ডাই i20 বাহন এখনৰ পৰা উদ্ধাৰ গাঞ্জাখিনি
🔴গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা
🔴ওদালগুৰিৰ পৰা হাজো অভিমুখে আহিছিল বাহনখন
🔴আৰক্ষীৰ উমান পাই বাহনখন দুৰ্ঘটনা কৰি পলায়ন সৰবৰাহকাৰীৰ

Exit mobile version