Site icon Guwahati Times

জুৰীয়াত উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল…

দুৰ্নীতি নিবাৰক শাখাৰ জালত লাট মণ্ডল সত্যনাৰায়ণ ডেকা ।

মাটিৰ নামজাৰিৰ নামত ফাইজুৰ ৰহমানৰ পৰা বিচাৰিছিল উৎকোচ ।

৩ হাজাৰ টকা উৎকোচ লওঁতেই গ্ৰেপ্তাৰ লাট মণ্ডল সত্যনাৰায়ণ ডেকা । 

ৰূপহী ৰাজহ চক্ৰ কাৰ্যালয়ত জেৰা অব্যাহত আছে সত্যনাৰায়ণক ।

Exit mobile version