Site icon Guwahati Times

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰ
প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰ
প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ। প্ৰধানমন্ত্ৰী মোদীয়ে ফ্লেগ অফ কৰে ৰে’লখনৰ। মুকলি অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীৰ পৰা পশ্চিমবংগৰ নিউ জলপাইগুৰিলৈ চলিব বন্দে ভাৰত এক্সপ্ৰেছ। সপ্তাহত ৬ দিন চলিব বন্দে ভাৰত এক্সপ্ৰেছ।

Exit mobile version