Site icon Guwahati Times

আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যান উচ্ছেদ অভিযানৰ তৃতীয় দিন ।

আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যান উচ্ছেদ অভিযানৰ তৃতীয় দিন । খেৰনি চাপৰি আৰু দক্ষিণ দিশত অৱস্থিত নবুৰ চাপৰি,হামুৰ চাপৰি,কাসেমৰ চাপৰি,লহৰি চাপৰি,কাইৰাহাকি চাপৰি আৰু কাশিকুৰি চাপৰিত চলিব দৰং প্ৰশাসনৰ উচ্ছেদ অভিযান । উচ্ছেদস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী বিষয়া। ১০ হাজাৰ বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য ।

Exit mobile version