দৰঙৰ বানেকুছিত চাঞ্চল্য ৷গাঁওখনৰ কলিতা পাৰা চুবুৰীৰ এটা পৰিয়ালৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ অৰ্ধগলিত যুৱতীৰ মৃতদেহ ৷
পৰিয়ালৰ লোকে শৌচালয়লৈ যোৱাত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ এটা বস্তাৰ ভিতৰত উদ্ধাৰ যুৱতীৰ মৃতদেহটো ৷
এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃত যুৱতীগৰাকীৰ পৰিচয় ৷ হত্যাকাণ্ডৰ সন্দেহ ৰাইজৰ৷ঘটনাস্থলীলৈ ৰাওনা পাথৰিঘাট আৰক্ষী ৷

