Site icon Guwahati Times

আজি চুকাফা দিৱস…

আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা আহোমৰ প্ৰথম ৰজা চাওলুং চুকাফাক স্মৰণ কৰি প্ৰতি বছৰে ২ ডিচেম্বৰত সমগ্ৰ অসমতে অসম দিৱস বা চ্যুকাফা দিৱস পালন কৰা হয়।
অসমৰ বিভিন্ন প্ৰান্তত চলিছে চুকাফা দিৱসৰ আয়োজন। ৰাজ্য চৰকাৰৰ উদ্যোগতো পালন কৰা হ’ব অসম দিৱস। চুকাফা দিৱসৰ লগত সংগতি ৰাখি চৰকাৰে প্ৰদান কৰি আহিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চুকাফা বঁটা।
ৰাজ্য চৰকাৰে এইবাৰ এই বঁটা প্ৰদান কৰিব বিশিষ্ট সাংবাদিক,সম্পাদক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক।

Exit mobile version