Site icon Guwahati Times

নিৰ্বাচনৰ পূৰ্বে আদিবাসী অঞ্চলত গীৰ্জাত প্ৰাৰ্থনা হাগ্ৰামা মহিলাৰীৰ

গোসাইগাঁৱৰ মৰনৈ চাহ বাগিছাৰ বৃটিছে স্থাপন কৰা গিৰ্জাৰ উপস্থিত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী।

নিৰ্বাচনৰ পূৰ্বে আদিবাসী অঞ্চলত গীৰ্জাত প্ৰাৰ্থনা হাগ্ৰামা মহিলাৰীৰ।

দেওবাৰে গীৰ্জাত অনুষ্ঠিত প্ৰাৰ্থনাত উপস্থিত হয় হাগ্ৰামা মহিলাৰী।

প্ৰাৰ্থনা সভাত ঈশ্বৰ পুত্ৰ যিশু খ্ৰীষ্টৰ মহৎ বানীৰ গাই প্ৰাৰ্থনা কৰে হাগ্ৰামা মহিলাৰীয়ে।

বিটিচিত শান্তি শৃংখলা যাতে অটুট থাকে। সকলো জাতি জনগোষ্ঠীৰ মানুহ সম্প্ৰীতিৰ মাজেৰে বসবাস কৰিব পাৰে তাৰ বাবে প্ৰাৰ্থনা জনায়।

আনহাতে আজিৰ দিনত ৰাজনৈতিক কোনো মন্তব্য নিদিয়ে বুলি ব্যক্ত কৰে।

হাগ্ৰামা কয় মই কেন্দ্ৰীয় আৰু ৰাজ্যৰ ৰাজনীতিত নাই। মই বিটিচিৰ ৰাজনীতিৰ লগত জড়িত। যি নহওক ভাল চৰকাৰ আহিব।

Exit mobile version