Site icon Guwahati Times

কম বয়সতে হাৰ্ট এটেক আৰু ষ্ট্ৰোক হোৱাৰ কাৰণ কি? কেনেকৈ সুস্থ হৈ থাকিব লাগে…

যুৱক-যুৱতীসকলৰ মাজত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ আশংকা দিনক দিনে বৃদ্ধি পাইছে। উদ্বেগ প্ৰকাশ কৰি চিকিৎসকে যুৱক-যুৱতীসকলক খাদ্য আৰু জীৱনশৈলীৰ প্ৰতি সচেতন হ’বলৈ পৰামৰ্শ দিছে। ইয়াৰ উপৰিও নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগে।

ষ্ট্ৰোক হোৱাৰ কাৰণ-

অস্বাভাৱিক মেদবহুলতা, বহি থকা জীৱনশৈলী
উচ্চ ৰক্তচাপ, ডায়েবেটিছ, উচ্চ কলেষ্টেৰল আৰু ধূমপান
মানসিক চাপৰ বাবে অব্ষ্ট্ৰাক্টিভ স্লিপ এপনিয়াৰ ক্ষেত্ৰ বৃদ্ধি পোৱা, টোপনিৰ অভাৱ, মেদবহুলতা ষ্ট্ৰোকৰ বিপদজনক কাৰকসমূহৰ ভিতৰত অন্যতম, যিবোৰ সাধাৰণতে লক্ষ্য কৰা নহয়।
চিকিৎসকৰ পৰামৰ্শ-

দৈনিক ৩০-৪৫ মিনিট খোজ কাঢ়িব লাগে
ধ্যান কৰক।
*ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰলৰ বাবে নিয়মীয়াকৈ ঔষধ খাব লাগে।
শৰীৰৰ শাৰীৰিক ক্ষমতাতকৈ বেছি ব্যায়াম নকৰিব।
নিয়মীয়াকৈ চেকআপ কৰি লওক।
বছৰত এবাৰ গোটেই শৰীৰ পৰীক্ষা কৰাব লাগে।
৬-৮ ঘণ্টা টোপনি লওক।

Exit mobile version