Site icon Guwahati Times

জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰিল ট্ৰাক


ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে সঘন বৃদ্ধি পাইছে দূৰ্ঘটনা । এক কথাত কবলৈ গলে মৃত্যু উপত্যকাত পৰিণত হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । উল্লেখযোগ্য যে পথ সম্প্ৰসাৰণৰ কাম অতি লেহেমীয়া হোৱা তথা বিজ্ঞানসন্মত নোহোৱাৰ বাবেই সঘন বৃদ্ধি পাইছে দূৰ্ঘটনা ।পথৰ দুৰৱস্থাৰ বাবে শুক্ৰবাৰে নিশা টীয়ক চাহ বাগিচাৰ সমীপত পথৰ ওপৰত বাগৰি পৰাত ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেন জন সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় ।

Exit mobile version