Site icon Guwahati Times

ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…

দুমাহে কোনো সন্ধান ওলোৱা নাই নিৰুদ্দেশ হোৱা অনিমা ৰায়ৰ । ইয়াকেলৈ অঞ্চল জুৰি শোকৰ ছাঁ ।
ধুবুৰী জিলাৰ চৰাইখোলা গাঁওৰ ৰবীন্দ্ৰ নাথ ৰায়ৰ পত্নী আছিল অনিমা ৰায় । অনিমাৰ দুটা কণমানি ছোৱালী এৰি অনিমা কলৈ গল আজিও পৰিয়ালে নাপালে কোনো সন্ধান ।

কৰ্ম সুত্ৰে অনিমাৰ স্বামী ৰবীন্দ্ৰৰ মাতৃ পিতৃ কণমানি ছোৱালী আৰু পত্নীক ঘৰত ৰাখি অৰুণাচলত থাকে । নিজ পত্নী নিৰুদ্দেশ হোৱা খৱৰ পোৱাৰ লগে লগে 13 মাৰ্চ দিনা গাড়ীত উঠে ৰবীন্দ্ৰ নাথ ৰায় অৰুণাচলৰ পৰা ঘৰলৈ আহি আত্মীয় সজনৰ ঘৰত খা খৱৰ লয় যদিও পিছতো কতো সন্ধান নাপাই 15 মাৰ্চেৰ দিনা গোলকগঞ্জ থানাত

এখন এজহাৰ দাখিল কৰে । কোনো সদাশয় ব্যক্তি য়ে যদি অনিমাৰ কোনো সন্ধান পায় তেন্তে ওচৰৰ থানাত জনোৱাৰ বাবে পৰিয়ালৰ লোকে আহ্বান জনায় । নাইবা ৰবীন্দ্ৰ নাথ ৰায়ক মোবাইল নম্বৰত 6000283110 যোগা যোগা কৰিবলৈ অনুৰোধ জনায়।

Exit mobile version