Site icon Guwahati Times

চিৰাঙৰ বিভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ…

চিৰাঙৰ বিভিন্ন অঞ্চলত প্রচণ্ড ধুমুহা-বৰষুণৰ তাণ্ডৱ।

ধুমুহাত বিস্তৰ ক্ষতি হোৱাৰ খবৰ।

ধুমুহাৰ ফলতে উভালি পৰে প্ৰকাণ্ড গছ।

এডাল প্ৰকাণ্ড গছ উভালি পৰে চাৰিচকীয়া বাহনৰ ওপৰত।

কথমপি প্রাণৰক্ষা বাহনখনত থকা লোক কেইজনৰ।

চিৰাঙৰ আই নৈৰ হাগ্রামা দলঙৰ সমীপত সংঘটিত এই ঘটনা।

Exit mobile version