Site icon Guwahati Times

জাগুনৰ নামফাই নৈত অঘটন; ৰীলছ বনাব গৈ মৃত্যু ছাত্ৰৰ

▶জাগুনৰ নামফাই নৈত অঘটন
▶নৈৰ বুকুত ৰীলছ বনাবলৈ গৈ মৃত্যু এজন ছাত্ৰৰ
▶জাগুনৰ পাটকাই জুনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰগৰাকীৰ নাম লিলো ভুজেল
▶ঘৰ জাগুনৰ ৩নং উদাইপুৰত
▶ঘটনাস্থলীত জাগুন আৰক্ষীৰ লগতে স্থানীয় ৰাইজৰ সহযোগত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ছাত্ৰজনক

Exit mobile version