Site icon Guwahati Times

কুকুৰমাৰাত কৃতি ছাত্ৰ – ছাত্ৰীক বিশেষ সম্বৰ্ধনা অনুষ্ঠান

গুৱাহাটী,১৮ মে’: দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ ৰোহিণী কুমাৰ চৌধুৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰ আৰু লখিমী সামাজিক বিকাশ সংস্থাৰ সহযোগত আজি এখনি বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুস্থিত হয়। ৰোহিণী কুমাৰ চৌধুৰী হাইস্কুলত অনুস্থিত এই অনুস্থানত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি শিক্ষাৰ্থী সকলোক সম্বৰ্ধনা জনোৱা হয় । উক্ত সভাত পাঁচখন বিদ্যালয়ৰ শিক্ষকৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

অভিজিত কলিতা, গুৱাহাটী ।

Exit mobile version