Site icon Guwahati Times

বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি নিশা নগাঁৱৰ হয়বৰগাঁও থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি।

অংকিতা সিং নামৰ বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।

স্বামী মনোজ ডেকা আৰু শাহুৱেকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অংকিতা পৰিয়ালৰ।

স্বামী আৰু শাহুৱেকৰ নিৰ্যাতনৰ বাবেই মৃত্যু হোৱাৰ অভিযোগ।

থানাত এজাহাৰ দাখিল অংকিতা পৰিয়ালৰ।

Exit mobile version