Site icon Guwahati Times

দিল্লী যন্তৰ মন্তৰত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ তিনিঘণ্টীয়া ধৰ্ণা

👉দিল্লীৰ যন্তৰ মন্তৰত  ৰাতিপুৱা ১০ বজাৰ পৰা ১:০০ বজালৈ সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ তিনি ঘণ্টীয়া ধৰ্ণা

👉অসমৰ বসবাস কৰা ভূমি পুত্ৰ চাওঁতাল সকল জনজাতিকৰণ দাবীৰে যন্তৰ মন্তৰত উত্তাল প্ৰতিবাদ

👉বনাঞ্চলত বসবাস কৰা চাওঁতাল সকলোক বনাঞ্চল আইন ২০০৬ অনুসৰি ভূমি পট্টা প্ৰদান আৰু অষ্টম অনুসুচিত স্বীকৃতি প্ৰাপ্ত চাওঁতালী ভাষা প্ৰাথমিক পৰা বিশ্ববিদ্যালত চাওঁতাল ভাষা শিক্ষক নিযুক্তি  প্ৰদান দাবীৰে সদৌ চাওঁতাল ছাত্ৰ সন্থাই ভাৰত চৰকাৰ হায় হায়,অসম চৰকাৰ হায় হায় শ্লগানেৰে দিল্লীত উত্তাল প্ৰতিবাদ কৰে ।

Exit mobile version