Site icon Guwahati Times

গা-ধুৱলৈ গৈ সন্ধানহীন এগৰাকী ১৩ বছৰীয়া কিশোৰী।

-চেঙাৰ কাছুমাৰাত গা-ধুৱলৈ গৈ সন্ধানহীন এগৰাকী ১৩ বছৰীয়া কিশোৰী।

-কিশোৰী গৰাকীৰ নাম ফালানী খাতুন।

-শনিবাৰে দুপৰীয়া বিদ্যালয়ৰ পৰা আহি সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰৰ সুঁতিত গা ধুবলৈ গৈছিল কিশোৰীগৰাকী।

– কিশোৰীগৰাকীৰ সন্ধানত অভিযান চলাইছে SDRFএ।

Exit mobile version