Site icon Guwahati Times

চাৰি বছৰীয়া প্ৰেম হেৰুৱাই শোকাৱহ ঘটনা সংঘটিত কৰিলে দৰঙৰ চিন্টুৱে…

চাৰি বছৰীয়া প্রেম হেৰুৱাই শোকাৱহ ঘটনা সংঘটিত কৰিলে দৰঙৰ চিন্টু নাথে। আন যুৱকৰে প্ৰেমিকাৰ সম্পৰ্ক থকা বাবেই হত্যা কৰি মৃতদেহ পেলাই দিলে ৰাস্তাৰ কাষত। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই ঘটনাৰ এটাৰ পাছত আনটো চাঞ্চল্যকৰ তথ্য।

video: https://www.facebook.com/share/v/S75fkKTWyfbV6vPY/?mibextid=D5vuiz

-চিন্টুৰে চাৰিবষ্ট্ৰীয়া প্ৰেমৰ পাছতো পুনৰ প্ৰেমত পৰিছিল কৃষ্ণামণি

-বিয়ালৈ যোৱা যুৱকৰ প্ৰেমত পৰাৰ বাবে ডিপ্রেছনত আছিল চিন্টু

-মানা কৰিছিল নাযাবা, নোলাবা

-শুনা নাছিল কৃষ্ণামণিয়ে

– পিছত শোকাৱহ ঘটনা সংঘটিত কৰিলে দৰঙৰ চিন্টু নাথে

Exit mobile version