Site icon Guwahati Times

ভাৰত-শ্ৰীলংকাৰ এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত ৰিয়ান পৰাগে স্থান পোৱাৰ সম্ভাৱনা

মূল একাদশত শিৱম ডুবেৰ ঠাইত ৰিয়ান পৰাগক স্থান দিয়াৰ সম্ভাৱনা। শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত বিয়লি ২.৩০ বজাৰ পৰা আৰম্ভ হ’ব মেচখন। ইতিমধ্যে শৃংখলাখনত ১-০ৰ ব্যৱধানত আগবাঢ়ি আছে শ্ৰীলংকা।

Exit mobile version