Site icon Guwahati Times

নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল হাছিনা বেগমক

গুৱাহাটীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ আৰক্ষীৰ। SI জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত হঠাৎ আত্মপ্ৰকাশ ঘটিছিল হাছিনাৰ। নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিবলৈ হাছিনাই ধন লোৱাৰ আভিযোগ। বিহপুৰীয়া OC আৰু বঙালমৰা ICৰ নামত ধন লৈছিল হাছিনাই। নিজৰ মতে নচলিলে আৰক্ষী বিষয়াকো হাছিনাই দিয়ে বদলিৰ ভাবুকি। হাছিনাৰ বিৰুদ্ধে তথ্য-প্ৰমাণ লাভৰ পাছতে আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ। মহানগৰীৰ গণেশগুৰিৰ এখন হোটেলৰ পৰা নিশা গ্ৰেপ্তাৰ লখিমপুৰ আৰক্ষীৰ। হাছিনাৰ আন এগৰাকী সহযোগী ফকৰুদ্দিনকো হোটেলৰ পৰাই গ্ৰেপ্তাৰ। একেটা কোঠালিৰ পৰা নিশা গ্ৰেপ্তাৰ দুয়োকে।

Exit mobile version