Site icon Guwahati Times

দীৰ্ঘদিন ধৰি জাতীয় দলত উপেক্ষিত হৈ ৰোৱাৰ পিছত অৱশেষত আজি ক্ৰিকেটক বিদায় জনালে শিখৰ ধাৱানে

নিজা সামাজিক মাধ্যম একাউণ্ট যোগে ধাৱানে আজি অৱসৰৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে। কেৱল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটেই নহয়, ঘৰুৱা ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰিছে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। আজি পুৱা এক ভিডিঅ’ শ্বেয়াৰ কৰি ধাৱানে অৱসৰৰ কথা ঘোষণা কৰাৰ লগতে তেওঁৰ এই ক্ৰিকেটীয় যাত্ৰাত সমৰ্থন আগবঢ়োৱা সকলো অনুৰাগীক ধন্যবাদ জনায়।

Exit mobile version