Site icon Guwahati Times

শিৱসাগৰ জিলাৰ নামতি চাৰিআলিত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

শিৱসাগৰ জিলাৰ নামতি চাৰিআলিত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী।
ধিং কাণ্ডৰ লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সদৌ তাই আহোম ছাত্ৰ সন্থা।
সন্দেহযুক্ত লোকক শীঘ্ৰেই উজনি ত্যাগৰ কৰা নিৰ্দেশ।
সদৌ তাই আহোম ছাত্ৰ সন্থাৰ
অন্যথা বিষম পৰিণতিৰ সন্মুখীন হবলৈ সাজু থকাৰ কথা কয়।
অবৈধ বাংলাদেশী হুচিয়াৰ,অবৈধ বাংলাদেশীৰ দপদপনি নচলিব। আৰু লগতে, সন্দেহযুক্ত নাগৰিকক প্ৰশ্ৰয় নিদিয়াৰ বাবে।
সদৌ তাই আহোম ছাত্ৰ সন্থাৰ নামতি চাৰিআলি । উতাল কৰি তোলে ।
শিৱসাগৰ বাসীক আহ্বান
অবৈধ বাংলাদেশীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ ৩০ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ।
Exit mobile version