Site icon Guwahati Times

অসম আৰক্ষীৰ এছআই পৰীক্ষাৰ এডমিট কার্ড ডাউনলোড কৰক এই লিংকত

অহা ২২ নৱেম্বৰত অনুষ্ঠিত হ’ব আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা। যাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষীৰ নিযুক্তি ব’ৰ্ডে আজিৰে পৰা পুনৰ মুকলি কৰিছে আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ এডমিট কাৰ্ডসমূহ।

সেই অনুসৰি, পৰীক্ষাৰ্থিসকলে নিযুক্তি ব’ৰ্ডৰ অফিছিয়েল ৱেবছাইট—slprbassam.in.ত গৈ নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব।

উল্লেখ্য যে বিগত ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা কিন্তু একাংশ দুষ্ট চক্ৰই ছ’চিয়েল মিডিয়াত ফাদিল কৰিছিল প্ৰশ্নকাকত, ফলস্বৰূপে ৰাজ্যজুৰি বাতিল কৰা হৈছিল এই পৰীক্ষা।

 

Exit mobile version