Site icon Guwahati Times

শ্বিলঙত অসমৰ পৰ্যটক আৱৰ্জনাহে ! শ্বিলঙৰ জ্যেষ্ঠ লেখক পেট্ৰিচিয়াৰ অদ্ভুত মন্তব্য়…

শ্বিলঙৰ জ্যেষ্ঠ সাংবাদিক লেখক পেট্ৰিচিয়া মুখিমে অসমৰ পৰা যোৱা পৰ্যটকে শ্বিলং-মেঘালয় লেতেৰা কৰে বুলি কোৱা কথাষাৰ ব্যাপক চৰ্চিত হৈছে।

তেখেতৰ বক্তব্য অনুসৰি অসমৰ পৰা যোৱা পৰ্যটকে ঘৰৰ পৰাই মেগী লৈ গৈ তাত খাই আৰু মেঘালয়ৰ পৰা একো নিকিনে, অসমৰ পৰ্যটকে যানজঁটৰ সৃষ্টি কৰি পৰিৱেশ লেতেৰা কৰে বুলিও বিষোদগাৰ কৰে।

Exit mobile version