Site icon Guwahati Times

কৃতী শিক্ষয়িত্ৰী আভা গোস্বামীৰ দেহাৱসান

মহানগৰীৰ ছেইণ্ট মেৰীজ ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী আভা গোস্বামীৰ আকস্মিক বিয়োগ।

তেখেতৰ আকস্মিক বিয়োগত ছেইণ্ট মেৰীজ বিদ্যালয়ৰ শিক্ষাৰ্থী অভিভাৱকৰ লগতে শিক্ষক কৰ্মচাৰী সমাজ আৰু বহু গুণমুগ্ধই শোক প্ৰকাশ কৰিছে; লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷

ৰাজ্যখনৰ এগৰাকী কৃতী শিক্ষয়িত্ৰী আছিল আভা গোস্বামী।

Exit mobile version