Site icon Guwahati Times

সু-খবৰ! এছিয়ান গেমছত আন এটা ৰূপৰ পদক ভাৰতলৈ

 

শ্বুটিঙৰ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড শাখাত ৰূপৰ পদক দখল ভাৰতৰ।

সৰৱজ্যোৎ সিং আৰু দিব্যাই জিনিলে ৰূপৰ পদক। ভাৰতৰ পদকৰ সংখ্যা ৩৪লৈ বৃদ্ধি।

Exit mobile version