Site icon Guwahati Times

পাকিস্তানক হৰুৱাই ভাৰতে জিনিলে স্বৰ্ণপদক

পাকিস্তানক হৰুৱাই ভাৰতে জিনিলে স্বৰ্ণপদক
এছিয়ান গেমছৰ স্কোৱাছৰ পুৰুষৰ দলীয় শাখাত জিনিলে স্বৰ্ণ। দলটোত আছিল সৌৰভ ঘোষাল, অভয় সিং, মহেশ মনগাঁওকাৰ আৰু হৰিন্দৰ সান্ধু।
Exit mobile version