Site icon Guwahati Times

পুনৰ বহিঃৰাজ্যত কৰ্মৰত অসমৰ যুৱকৰ কৰুণ মৃত্যু!

🔵 মৃত যুৱকজন দেৰগাঁও ছগুৰি চাপৰিৰ পবিত্ৰ টাউদ।

🔵 ২৯ জুন তাৰিখে হায়দৰাবাদৰ কোম্পানীত কৰ্মসূত্ৰে গৈছিল যুৱকজন।

🔵 যুৱকজন ৰে’লৰ পৰা পৰি মৃত্যু হোৱা বুলি আৰক্ষীয়ে খবৰ দিয়াত সন্দেহ পৰিয়ালৰ লোকৰ।

Exit mobile version