Site icon Guwahati Times

ৰাজহুৱা স্থানত চুটি পোছাক : উৰ্ফিক আটক মুম্বাই আৰক্ষীৰ

গ্লেমাৰ জগতত চৰ্চাত থাকিবলৈ বিচৰা ব্যক্তিৰ সংখ্যা অগণন। অৱশ্যে কিছুসংখ্যকে চৰ্চাত থাকিবলৈ গ্ৰহণ কৰা পন্থা সৰ্বজন গ্ৰহণযোগ্য নহ’বও পাৰে। গ্লেমাৰ জগতত চুটি পোছাকেৰে চৰ্চাত থাকি ভাল পোৱা উৰ্ফি জাভেদক শেহতীয়াকৈ আটক কৰিছে মুম্বাই আৰক্ষীয়ে। অনুৰাগী গোটোৱাৰ বাবে চুটি পোছাক পিন্ধি ৰাজহুৱা স্থানত ঘূৰি ফুৰা উৰ্ফি জাভেদৰ বাবে তেনেই সাধাৰণ কথা ! ৰাজহুৱা স্থানত চুটি পোছাক পিন্ধাৰ বাবে ‘উৰ্ফি জাভেদ’ক আটক কৰে মুম্বাই আৰক্ষীয়ে।

Exit mobile version