Site icon Guwahati Times

মমতাৰ ৰাজ্যৰ পৰা অসমলৈ পলায়ন হাজাৰ হাজাৰ লোক

মমতাৰ ৰাজ্যৰ পৰা অসমলৈ পলায়ন কৰিছে হাজাৰ হাজাৰ লোক। প্ৰাণ যোৱাৰ শংকাত পলায়ন কৰিছে হাজাৰ হাজাৰ লোকে।নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক পৰিস্হিতিয়ে এই পৰ্যন্ত ২০ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে।

জানিব পৰা মতে, প্ৰাণৰ ভয়ত ঘৰ এৰি পলায়ন কৰি ধুবুৰীৰ বহু স্হানত আশ্ৰয় লৈছে হাজাৰ হাজাৰ লোকে।বৰ্তমানলৈকে ৭০০০ লোকে প্ৰাণৰ শংকাত পশ্চিমবংগ এৰি ধুবুৰীত আশ্ৰয় লৈছে।ইতিমধ্যে দিশহাৰা হোৱা পৰিয়াল কেইটাৰ ওচৰত CPIM বিধায়ক উপস্হিত হৈছে বুলি জানিব পৰা গৈছে।

Exit mobile version