Site icon Guwahati Times

হিন্দু-মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ৰ অনুমতি দিব নোৱাৰিব DC-য়ে….

চৰকাৰৰ অনুমতি সাপেক্ষেহে হ’ব হিন্দু-মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয়। স্বাধীনতা দিৱসৰ দিনাই মিনি বাংলাদেশৰ প্ৰসংগক লৈ সোচ্চাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰথমটো কঠোৰ পদক্ষেপৰ কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

Exit mobile version