Site icon Guwahati Times

চালগিৰা আগিটোক চাংমা নামৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উতপ্ত পৰিস্থিতৰ সৃষ্টি হৈছিল GMCH ত….

চালগিৰা আগিটোক চাংমা নামৰ যুৱক জনৰ পৰিয়ালৰ অভিযোগ বহু সময় লৈকে চিকিৎসাৰ অভাৱত GMCH ত পৰি আছিল।

যাৰ বাবে মৃত্যু হৈছিল যুৱক জনৰ।

যুৱকজন এটা পথ দূৰ্ঘটনাত পতিত হৈ অচেতন অৱস্থাত ৰাস্তা পৰি আছিল , নুনমাটি আৰক্ষীয়ে চিকিৎসাৰ বাবে যুৱক জনক লৈ আনিছিল GMCH লৈ।

Exit mobile version