Site icon Guwahati Times

আৰ জি কৰ চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ বাসগৃহত CBIৰ অভিযান

বিত্তীয় অনিয়মৰ গোচৰৰ পাছতেই অভিযান CBIৰ৷ ইয়াৰোপৰিও, অধ্যক্ষগৰাকীয়ে ভুক্তভোগী পৰিয়ালৰ লগতে চিকিৎসকগৰাকীৰ নাম ৰাজহুৱা কৰিছিল বুলি অভিযোগ৷ চিকিৎসকগৰাকীৰ মৃত্যুৰ পাছতেই সন্দীপ ঘোষৰ বিৰুদ্ধে উত্থাপন হৈছে বহু অভিযোগ৷

Exit mobile version