Site icon Guwahati Times

মৰিগাঁৱত ড্ৰাগছ মাফিয়াক এনকাউন্টাৰ

মৰিগাঁৱত এজন ড্ৰাগছ মাফিয়াক এনকাউন্টাৰ কৰাৰ খবৰ পোৱা গৈছে। ড্ৰাগছ মাফিয়া জন মফিজুল বুলি চিনাক্ত কৰা হৈছে।ড্ৰাগছ মাফিয়া মফিজুললৈ লক্ষ্য কৰি আৰক্ষীয়ে চলাইছিল গুলীচালনা । কিন্ত্ত গুলীচালনা কৰাৰ সময়তে আৰক্ষীৰ পৰা বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল মফিজুলে।বৰ্তমান আহত হোৱা ড্ৰাগছ মাফিয়া মফিজুলক চিকিৎসাৰ বাবে GMCH লৈ অনা হৈছে। লগতে আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ ।

জানিব পৰা মতে, আৰক্ষীয়ে অধিক ড্ৰাগছ উদ্ধাৰৰ বাবে মফিজুলক লৈ অভিযান চলাইছিল , ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত কনিষ্টবল ইন্দ্ৰজিত গগৈ ।

Exit mobile version