Site icon Guwahati Times

হিমাচল প্ৰদেশত আইনগতভাৱেই ভাং খেতি কৰা হ’ব; শুকুৰবাৰে ৰাজ্য বিধানসভাত গৃহীত হয় এই প্ৰস্তাৱ

বিধানসভা সমিতিয়ে পৰামৰ্শসহ এখন প্ৰতিবেদন দাখিল কৰিছিল। তাত চিকিৎসা আৰু উদ্যোগিক ক্ষেত্ৰৰ প্ৰয়োজনত ভাং খেতি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ পিছতে এই প্ৰস্তাৱ বিধানসভাত গৃহীত হয়।

এই সমিতিৰ নেতৃত্বত আছিল হিমাচলৰ ৰাজহ মন্ত্ৰী জগত সিং নেগী। তেওঁ ভাং খেতিৰ উপকাৰিতাৰ বিষয়ে বিতংভাৱে কয়। লগতে শাসক-বিৰোধী উভয় দলৰ বিধায়কসকলে সমৰ্থন প্ৰকাশ কৰিছে বুলিও তেওঁ কয়।

Exit mobile version