Site icon Guwahati Times

ডিগবৈ থানাৰ SI বিতু শইকীয়াক ৰিজাৰ্ভ ক্ল’জড; অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত ৰিজাৰ্ভ ক্ল’জড

প্ৰেমিকাৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰা প্ৰেমিকক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ। ২৭ জুনত ভুক্তভোগীৰ পৰিয়ালে ডিগবৈ থানাত দাখিল কৰিছিল এজাহাৰ। গোচৰ ৰুজুৰ পৰিৱৰ্তে দুয়োপক্ষৰ মাজত বুজাবুজিৰ বাবেহে উঠি-পৰি লাগিছিল আৰক্ষী। এই সমগ্ৰ প্ৰক্ৰিয়াৰ দায়িত্বত আছিল ডিগবৈ থানাৰ SI বিতু শইকীয়া। দুয়োপক্ষৰ মাজত বুজাবুজি হোৱা দেখুৱাই অভিযুক্তক গ্ৰেপ্তাৰ নকৰিলে আৰক্ষীয়ে।

Exit mobile version