Site icon Guwahati Times

চামগুৰিৰ আৰক্ষীৰ বৃহৎ সফলতা; বিশেষ সূত্ৰৰ পম খেদি

নগাঁওৰ চামগুৰি আৰক্ষীয়ে আমনিত দহ বাকছত হিৰইন ভৰ্তী ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

দুখন বাইক সহ দুটা সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় চামগুৰি আৰক্ষী।

প্ৰায় পাঁচ লাখ টকাৰ ড্ৰাগছ উদ্ধাৰ কৰে চামগুৰি আৰক্ষীয়ে।

কাৰ্বিআংলৰ দিশৰ পৰা চামগুৰিৰ গেৰুৱা পেনাইলৈ সৰবৰাহ কৰিছিল ড্ৰাগছ খিনি।

সৰবৰাহ কাৰী দুজন ক্ৰমে ৰফিকুল ইছলাম আৰু আমিনুল হক।
ড্ৰাগছ সৰবৰাহ কৰা বাইক দুখন ৰ নাম্বাৰ হৈছে AS02 AK 2104 আৰু AS02 AL 7527

Exit mobile version