Site icon Guwahati Times

খানাপাৰাৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত দুই যুৱক-যুৱতী; যুৱতীগৰাকী কোকৰাঝাৰৰ নেহা বসুমতাৰী

দুৰ্ঘটনাত আহত যুৱতীগৰাকীৰ নাম নেহা বসুমতাৰী। মৃত্যু হোৱা কনামিকাৰ বয়স ১৯ বছৰ আৰু দীপিত দে’ৰ নাম ২২

খানাপাৰাত শিহৰণকাৰী দুৰ্ঘটনাত নিহত দুই যুৱক-যুৱতীৰ পৰিচয় উদ্ধাৰ হৈছে।

নিহত যুৱতীগৰাকীৰ নাম কনামিকা নাৰ্জাৰী। কনামিকাৰ ঘৰ কোকৰাঝাৰৰ ঝাড়াগুৰিত।

নিহত যুৱকজনৰ নাম দীপিত দে’। তেওঁৰ ঘৰ খ্ৰীষ্টানবস্তিৰ শ্ৰীনগৰত।

নিহত কনামিকাই গুৱাহাটীত কোচিং কৰি আছিল বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত আহত যুৱতীগৰাকীৰ নাম নেহা বসুমতাৰী। মৃত্যু হোৱা কনামিকাৰ বয়স ১৯ বছৰ আৰু দীপিত দে’ৰ নাম ২২ বছৰ।

Exit mobile version