- পুনৰ ২১ মে’ত পশ্চিমবংগত হ’ব ভোটগ্রহণ
- ফাল্টা বিধানসভা সমষ্টিত হ’ব পুনৰ ভোটগ্রহণ
- নির্বাচন আয়োগৰ এই সিদ্ধান্ত গ্রহণ
- ফাল্টাৰ ২৮৫টা কেন্দ্রত অনুষ্ঠিত হ’ব এই ভোটগ্রহণ
- পুৱা ৭ বজাৰ সন্ধিয়া ৬ বজালৈ হ’ব ভোটগ্রহণ
- ২৪ মে’ত হ’ব ফাল্টা সমষ্টিৰ ভোটগণনা
পুনৰ ২১ মে’ত পশ্চিমবংগত হ’ব ভোটগ্রহণ

