Site icon Guwahati Times

ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বী তপন ডেকাৰ বাসগৃহত সংঘটিত হ’ল চুৰিকাণ্ড

ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বী তপন ডেকাৰ বাসগৃহত সংঘটিত হ’ল চুৰিকাণ্ড

আই বি মুৰব্বীগৰাকীৰ গুৱাহাটীৰ দিশপুৰত থকা বাসগৃহত দেওবাৰৰ নিশাই প্ৰৱেশ কৰিছিল চোৰে।
খোদ আই বিৰ মুৰব্বীগৰাকীৰ বাসগৃহত চোৰ প্ৰৱেশৰ এই ঘটনা দিশপুৰ আৰক্ষীয়ে গোপন কৰি ৰাখিবলৈ চেষ্টা কৰিছিল যদিও স্থানীয় এক সূত্ৰই এই কথা সদৰী কৰিছে। অৱশ্যে চোৰে বিষয়াগৰাকীৰ বাসগৃহৰ পৰা কি নিব পাৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

Exit mobile version