Site icon Guwahati Times

বিজেপিৰ কেন্দ্ৰীয় কমিটিত স্থান লাভ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

বিজেপিৰ কেন্দ্ৰীয় কমিটিত স্থান লাভ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

বিজেপিৰ সভাপতি জে পি নাড্ডাই তাছাক নিযুক্তি দিছে দলটোৰ ৰাষ্ট্ৰীয় সচিব হিচাপে।

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ সাংগঠনিক ক্ষেত্ৰত তৎপৰতা। ২৯ জুলাই ২০২৩ত নাড্ডাই বি জে পিৰ কেন্দ্ৰীয় কমিটিত ১৩ জনক নিযুক্তি দিছে উপাধ্যক্ষ হিচাপে। ৰাষ্ট্ৰীয় সচিব হিচাপে নিযুক্তি দিছে ১৩ জনক। এই নতুন নিযুক্তিত অসমৰ পৰা কেৱল স্থান লাভ কৰিছে কামাখ্য প্ৰসাদ তাছাই।

Exit mobile version