Site icon Guwahati Times

ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগীতাত প্ৰথম স্থান দখল কচুগাওৰ টাকামপুৰ কলডাবৰীৰ হায়নিয়াছ গয়াৰীয়ে

কোকৰাঝাৰ জিলাৰ কচুগাও বনাঞ্চলৰ দুৰ্গম অঞ্চলৰ টাকাম পুৰ কলডাবৰী গাওৰ ফনিন গয়াৰী আৰু কেৰিনা গয়াৰীৰ কন্যা হায়নিয়াছ গয়াৰীয়ে গুৱাহাটিৰ শিল্পগ্ৰামত অনুষ্ঠিত সাংস্কৃতিক সংগম ২০২৩ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগীতাত প্ৰথম স্থান দখল কৰি সুনাম কঢ়িয়াই আনে ।

হায়নিয়াচ গয়াৰীয়ে কচুগাও বনাঞ্চলৰ দৰে দুৰ্গম অঞ্চলৰ পৰা এনে ধৰনৰ সুনাম সুনাম কঢ়িয়াই অনাত এবছু ,ইউপিপিএল ,আদিৰ উপৰিও ভিছিডিছিৰ নেতৃবৃন্দই হায়নিয়াছৰ গয়াৰীৰ ঘৰত উপস্থিত হৈ বড়ো জনগোষ্ঠীও আৰনাইৰে নৃত্য শিল্পী গৰাকীক সম্বৰ্ধনা জনায় আৰু শিল্পী গৰাকীৰ ভবিষ্যৎ মংগল কামনা কৰে ।

শিল্পী গৰাৰীৰ উত্তোৰনত আনন্দিত হৈছে শিল্পী হায়নিয়াছ গৰাৰীৰ আতা ভূবনেশ্বৰ গয়াৰী আৰু নৃত্য শিক্ষাগুৰু ৰাহুল চৌধুৰীও ।

Exit mobile version