Site icon Guwahati Times

দশম শ্ৰেণীলৈ ব্যক্তিগত আৰু চৰকাৰী বিদ্যালয়ত বাধ্যতামূলক অসমীয়া বিষয়

৭জুনঃ সকলো চৰকাৰী বেচৰকাৰী স্কুলত প্ৰথমমানৰ পৰা দশমলৈ বাধ্যতামূলক অসমীয়া বিষয়। বিধানসভাত পাছ কৰা আইনখনত অনুমোদন জনাইছে ৰাজ্যপালে। গতিকে এতিয়াৰ পৰা কেন্দ্ৰীয় বিদ্যালয়তো পঢ়াব লাগিব অসমীয়া ভাষা। অবশ্যে বৰাকৰ বাংলা ভাষা আৰু বড়োলেণ্ডত বড়োভাষা থাকিব। সংবাদমেলত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

Exit mobile version