মৰিগাঁৱত ২ ভুৱা আৰক্ষী অধীক্ষকক আটক! GTM Desk 2 years ago মৰিগাঁৱত ২ ভুৱা আৰক্ষী অধীক্ষকক আটক মৈৰাবাৰী দূৰবান্ধি গাঁৱৰ ওমৰ ফাৰুক, ৰছিদুল ইছলামক আটক মৰিগাঁৱৰ লোচনাবৰীৰ পৰা দুয়োকে আটক আৰক্ষীৰ ‘ৰচীদুল ইলেক্ট্ৰনিকছ ষ্ট’ৰ’ নামৰ এখন দোকানত আৰক্ষীৰ অভিযান দোকানখনত ভুৱা ছীল-মোহৰ, আৰক্ষীৰ ভুৱা প্ৰমাণ-পত্ৰ বিক্ৰী কৰিছিল দোকানত থকা এটা লেপটপ, স্কেনাৰ, প্ৰিণ্টাৰ, SWIPE মেচিন জব্দ SP-DCৰ নামত ভুৱা ছীল-মোহৰ, বহু আপত্তিজনক নথিও জব্দ Share this: Click to share on Facebook (Opens in new window) Facebook Click to share on X (Opens in new window) X More Click to share on WhatsApp (Opens in new window) WhatsApp Click to email a link to a friend (Opens in new window) Email Click to share on LinkedIn (Opens in new window) LinkedIn Click to share on Telegram (Opens in new window) Telegram