Site icon Guwahati Times

কোকৰাঝাৰত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

কোকৰাঝাৰ জয়পুৰ খেল পথাৰত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ উদ্যোগত গণ সমাবেশত অংশগ্ৰহনকাৰী সকলে এছু জিন্দাবাদ,আমাৰ ডিমাণ্ড লিগেল ডিমান্ড,ন এছটি ন ৰেষ্ট চাওঁতাল জনগোষ্ঠীক জনজাতি মৰ্য্যদা প্ৰদান, বনাঞ্চল আইন অনুসৰি চাওঁতালক ভূমি পট্টা প্ৰদান,চাওঁতাল নামত অতিশীঘ্ৰে জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰা,২০২২ চনত ত্ৰিপাক্ষিক আদিবাসী শান্তি চুক্তি দফা সমূহ আখৰে আখৰে ৰূপায়ণ, গোষ্ঠীগত সংঘৰ্ষত আদিবাসী চাওঁতাল পৰিয়ালে শৰণাৰ্থী শিৱিৰত থকা পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীৰে বিশাল গণ সমাৱেশৰ আয়োজন।
মিছলীয়া চৰকাৰ হায় হায়,বিজেপি চৰকাৰ হুচিয়াৰ,বিজেপি চৰকাৰ গো বেক আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে ।

Exit mobile version