Author:

আছুক ১ কোটি টকা ক্ষতিপূৰণৰ দাবী কোনে দিলে?

10th January 2019

আছুক ১ কোটি টকা ক্ষতিপূৰণৰ দাবী কোনে দিলে? আছুৰ সৈতে কিয় বাৰে বাৰে বিৰুদ্ধাচৰণ কৰে বিধায়ক মৃণাল শইকীয়াই?নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আছুৱে সদম্ভে মাত মাতি, প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাত, মৃণাল শইকীয়াৰ নিজৰ ব্যক্তিগত তথা দলীয় স্বাৰ্থত আঘাত লাগিছে নেকি? তেনেহলে কিহৰ বাবে জাতিৰ অস্তিত্বৰ সংকটৰ সময়ত আছুৰ নেতৃবৃন্দৰ বিৰুদ্ধে সৰৱ হৈছে মৃণাল! আছুলৈ […]

Read More

আজি লাচিত দিৱস

24th November 2018

আজি লাচিত দিৱস। ১৬২২ চনৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰিছিল জাতীয় বীৰ লাচিত বৰফুকনে।পিতৃ শুকুটী ওৰফে মোমাই তামুলী বৰবৰুৱা আৰু মাতৃ নাগেশ্বৰী আইদেউৰ সপ্তম পুত্ৰ আছিল লাচিত বৰফুকন। যিখন শৰাইঘাটৰ ৰণত জয়লাভ কৰি লাচিত বৰফুকনে অসমীয়া জাতিৰ বীৰত্বৰ কথা বিশ্বৰ ইতিহাসত লিপিবদ্ধ কৰাৰ লগতে নিজেও কাললৈ খ্যাতি ৰাখি থৈ গ’ল, বিভিন্ন তথ্যৰ পৰা সেই ঐতিহাসিক […]

Read More

মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 49 সংখ্যাক জনপ্ৰিয় অনুষ্ঠান “মন কী বাত”

28th October 2018

মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 49 সংখ্যাক জনপ্ৰিয় অনুষ্ঠান “মন কী বাত” ৰ জৰিয়তে দেশবাসীক উদ্দেশ্যে কয়, ৩১ অক্টোবৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে প্ৰতিবছৰৰ দৰে পালন কৰা হ’ব ‘Run for Unity’। সকলোকে এই একতাৰ দৌৰত অংশগ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰীৰ। প্ৰধানমন্ত্ৰী গৰাকীয়ে বল্লভ ভাইৰ সপোনৰ দেশখনৰ কথা কয়।দেশ স্বাধীন প্ৰায় চাৰে ছয় মাহ আগতে […]

Read More

বন্ধই প্ৰভাৱ পেলাবনে যুটীয়া সংসদীয় কমিটীৰ সিদ্ধান্তত?

22nd October 2018

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ দাবীত ১৭ নৱেম্বৰত ২৭টাকৈ বাঙালী সংগঠনে খানাপাৰাত বিশাল গণসমাবেশৰ আয়োজন কৰিছে। এই গণ সমাবেশৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ৰাজ্যৰ বিভিন্ন দল সংগঠন। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত আৰু ২৭টাকৈ বাঙালী সংগঠনৰ গণসমাবেশৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত ৰাজ্যৰ ৪৬টাকৈ সংগঠনে ২৩ […]

Read More

আজি মহাসপ্তমী।

16th October 2018

আজি মহাসপ্তমী। দেৱীৰ আশিষ ল’বলৈ পুৱাৰে পৰা ভক্তৰ ব্যাপক ভিৰ। দুৰ্গতিনাশিনী দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰাৰ পিছতেই চৌদিশে উখল মাখল পৰিবেশে বিৰাজ কৰিছে। সপ্তমীৰ দিনাও পূজা মণ্ডপত শতাধিক পুৰুষ মহিলাই পুৱাৰে পৰা মা দুৰ্গাক পূজা আগবঢ়াই আশীৰ্বাদ লবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। আজি সপ্তমী। শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ বন্দনাৰে বিধৌত হৈ পৰিছে সমগ্ৰ ৰাজ্য। আজি কালৰাত্ৰি […]

Read More

২০১৮ বৰ্ষত অসমে লাভ কৰিলে স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ ২০১৮ বঁটা।

6th October 2018

২০১৮ বৰ্ষত অসমে লাভ কৰিলে স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ ২০১৮ বঁটা। সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰ ভিতৰতে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱা বাবে অসমে লাভ কৰিছে এই স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ বঁটা। ২ অক্টোবৰৰ দিনা দিল্লীত দেশৰ কেন্দ্ৰীয় খোৱাপানী আৰু অনাময় দপ্তৰৰ মন্ত্ৰী শ্ৰী উমা ভাৰতীয়ে এই বঁটা প্ৰদান কৰে। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Read More

বন্ধ হব নেকি walking zone?

6th October 2018

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ বন্ধ হব নেকি walking zone? walking zone ক লৈ ড০ হিমন্ত বিশ্ব শৰ্মা vs সিদ্ধাৰ্থ ভট্টাচাৰ্য গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অংগুষ্ঠ প্ৰদৰ্শন কৰিব নেকি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই? কালী পূজালৈকে walking zone বন্ধ ৰাখিবলৈ নিৰ্দেশ সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ। হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পানবজাৰৰ পৰা ভৰলুমুখলৈ আৰম্ভ হৈছিল ব্ৰক্ষ্মপুত্ৰৰ পাৰে পাৰে […]

Read More

ঝাৰখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মাওবাদী সদস্য গীতা দেৱী আৰু সোণাৰাম মাৰান্দীক।

6th October 2018

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ শুকুৰবাৰে ঝাৰখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মাওবাদী সদস্য গীতা দেৱী আৰু সোণাৰাম মাৰান্দীক। বিভিন্ন অপৰাধৰ লগত জড়িত মাওবাদী দুগৰাকীৰ সন্দৰ্ভত গিৰিদিহৰ আৰক্ষী অধীক্ষক সুৰেন্দ্ৰ ঝায়ে কয়,” গ্ৰেপ্তাৰ হোৱা মাওবাদী দুগৰাকী সংগঠনৰ অতি পুৰণি আৰু সক্ৰিয় সদস্য । NATIONAL DESK, GUWAHATI TIMES.

Read More

বিধান সভা নিৰ্বাচনৰ তাৰিখ আজি ঘোষিত হব।

6th October 2018

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ মিজোৰাম, ছত্তিশগড়,মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ বিধান সভা নিৰ্বাচনৰ তাৰিখ আজি ঘোষিত হব। নতুন দিল্লীত অনুষ্ঠিত এক সংবাদ মেলত নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিব নিৰ্বাচনৰ তাৰিখসমূহ। NATIONAL DESK, GUWAHATI TIMES.

Read More

আজি কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচন।

6th October 2018

আজি কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচন। ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ প্ৰক্ৰিয়া দিনৰ ২ বজালৈকে চলিব। ১৬টা পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৪৮গৰাকী প্ৰাৰ্থীয়ে। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Read More
error: Content is protected !!