Site icon Guwahati Times

পৃথক বৰাকৰ দাবী বাঙালী সংগঠনৰ

পৃথক বৰাকৰ দাবী বাঙালী সংগঠনৰ, বাঙালী নেতাক সকীয়নি AJYCPৰ।

আজি বৰাক বন্ধৰ আহ্বান বাঙালী সংগঠনৰ নেতা প্ৰদীপ দত্ত ৰয়ৰ।

বৰাক বন্ধ সমৰ্থন কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব আৰক্ষীয়ে।

সোমবাৰে ফ্লেগ মাৰ্চ কৰিছিল আৰক্ষীয়ে।

বৰাক বন্ধৰ সমৰ্থন কৰা ইজনৰ পিছত সিজন প্ৰতিবাদকাৰীক আটক, কাটিগড়া, শিলচৰত পুৱাই প্ৰতিবাদকাৰীক আটক, প্ৰতিবাদ কৰিবলৈ সাজু হৈ থকা প্ৰতিবাদকাৰীকো আটক।

Exit mobile version