কলা শাখাৰ দ্বিতীয় স্থানত উজ্বলিল কাশ্মিৰী দাস

0 min read

বৰপেটা, 25 জুন : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত দ্বিতীয় স্থান লাভ কৰিছে বৰপেটাৰ আম্বেদকাৰ একাডেমীৰ ছাত্ৰী কাশ্মীৰি দাসে ৷

কলা শাখাৰ দ্বিতীয় স্থানত উজ্বলিল কাশ্মিৰী দাস ৷ বৰপেটাৰ আম্বেদকাৰ একাডেমীৰ ছাত্ৰী কাশ্মীৰি দাস ৷

You May Also Like

More From Author