Site icon Guwahati Times

সুধাকণ্ঠৰ দহটা চিৰসেউজ গীত

শিখামণি কলিতা

আজি অসমীয়া জাতিৰ বুকুৰ আমঠু ড০ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী। ২০১১ চনৰ ৫ ছেপ্টেম্বৰত হেমন্ত-শীতৰ আলি দোমোজাত ৰাজ্যবাসীক শোকৰ সাগৰত পেলাই ইহসংহাৰৰ পৰা বিদায় মাগিছিল জনতাৰ শিল্পীগৰাকীয়ে। কিন্তু কথা, কণ্ঠ আৰু সুৰেৰে দেশে-বিদেশে জনগণক মোহাবিষ্ট কৰা সুধাকণ্ঠগৰাকী আজিও জীয়াই আছে অনুৰাগীৰ বুকুৰ মাজত। মৃত্যুবাৰ্ষিকীৰ এই পৱিত্ৰ দিনটোত আহক তেওঁৰ দহটা চিৰসেউজ গীতেৰে শিল্পীগৰাকীক স্মৰণ কৰোঁ।
১. মানুহে মানুহৰ বাবে

২. মই এটি যাযাবৰ

৩. অসম আমাৰ ৰূপহী

৪. মই যেতিয়া এই জীৱনৰ পৰা

৫. বিমূৰ্ত মোৰ নিশাটি

৬. বুকু হম হম কৰে

৭. মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ

৮. আমি অসমীয়া নহওঁ দুখীয়া

৯. শীতৰে সেমেকা ৰাতি

১০. অ’ বিদেশী বন্ধু

Exit mobile version