Site icon Guwahati Times

নিশা ১১ বজাৰ পিছত সংগীত পৰিৱেশন কৰা শিল্পীৰ বিৰুদ্ধে ৰুজু হ’ব গোচৰ

“যিসকলে আইন মনা নাই, সেইসকলৰ ওপৰত সাধাৰণ ভাবেই FIR ৰেজিষ্টাৰ হ’ব। আৰক্ষী থানালৈ অহা-যোৱা কৰি থাকিব লাগিব।”- বিহু কমিটি আৰু কণ্ঠশিল্পীক আজি একপ্ৰকাৰৰ সকয়নী প্ৰদান কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড প্ৰট’কল নমনা শিল্পী আৰু বিহু কমিটীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল’ব চৰকাৰে। নিশা ১১.৩০ বজাৰ ভিতৰত অনুষ্ঠান সামৰাৰ আহ্বান। শিল্পী আৰু বিহু কমিটীক সুধি নাহে ক’ভিড।

Exit mobile version